বুৰঞ্জী কুইজ – সংগ্ৰহ ০১

১. অসমৰ প্ৰাচীন নাম কি ? – প্ৰাগজ্যোতিষপুৰ ২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ? – ভাস্কৰবৰ্মাৰ দিনত ৷ ৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ? – হিউৱেন চাং ৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ? – আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷ ৫. আহোমসকলৰ আদি ৰজা কোন আছিল ? – Read more…

চলচ্চিত্ৰ কুইজ – সংগ্ৰহ ০১

১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ? – ১৯৮৫ চন ৷ ২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন? – জ্যোতিপ্ৰসাদ আগৰৱালা ৷ ৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় ? – ১৯৬৮ চন ৷ ৪. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ? – জয়মতী (১৯৩৫) ৷ ৫. Read more…

সাহিত্য কুইজ – সংগ্ৰহ ০১

১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ? – শ্ৰীমন্ত শংকৰদেৱ ৷ ২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ? – কীৰ্ত্তন ৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ? – ভট্টদেৱ ৷ ৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ? – যতীন্দ্ৰ নাথ দুৱৰা ৷ ৫. অসমীয়া চুটিগল্পৰ জনক কোন ? Read more…

মহৎ লোকৰ বাণী – সংগ্ৰহ ০১

১. তোমাৰ লক্ষ্য স্থান ক’ত ? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা ৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব ৷ —– লিটন ২. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ —– লজ ৩. নিজক সদায় আনন্দত ৰাখিবা ৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী Read more…

শৰ-সন্ধান

শৰ-সন্ধান হীৰেন ভট্ৰাচাৰ্য্য|| ১৯৩২- শৰ-সন্ধান স্বাধীনতা আৰু শান্তিৰ নামত উত্সৰ্গিতইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ তেজি ঘোঁৰা| বসন্তৰ বতাহৰ দৰে সেই ঘোঁৰাৰ খুৰাৰ ধুলিয়ে চুমিছিল মোৰ এই তেজাল আকাশ আৰু তাৰ প্ৰান্তৰৰ সেউজিয়া ঘাঁহ| তাৰ পিছত, পাৰ হৈ গ’ল চ’তৰ নিদাঘ-জুই আৰু ব’হাগৰ কতনা ধুমুহা| ….মই কেতিয়াবা এতিয়াও সপোনত সাৰ পাই উঠোঁ Read more…

ৰৌদ্ৰ কামনা

ৰৌদ্ৰ কামনা হীৰেন ভট্ৰাচাৰ্য্য|| ১৯৩২- ৰৌদ্ৰ কামনা উজাগৰ ৰাতি সপোন দেখিছো মই ফুল-আলসুৱা তোমাৰ মুখৰ শইছ-সোণালী হাঁহি| অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য্য আহিছে নামি|

মোৰ বুকুত কি জ্বলে !

মোৰ বুকুত কি জ্বলে ! – হীৰেন ভট্টাচাৰ্য মোৰ বুকুত কি জ্বলে ! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে ! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰূৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে-বাহিৰে | সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি Read more…

জেংৰাই – অজিত বৰুৱা

জেংৰাই – অজিত বৰুৱা অজিত বৰুৱা৷ ১৯২৮- জেংৰাই ১৯৬৩ আন্ধাৰ হোৱাৰ অলপ আগেয়ে আমি সোৱণশিৰিত পৰিলো৷ আৰু সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালো৷ আমি অন্ধবিশ্বাসী- কেৱল, আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন! ৰাতি হ’লত সোৱণশিৰিৰ চৰত আমি নাও চপালো৷ (চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব?) …        …        … ওপৰে তৰা আমাৰ ম’হৰ Read more…