শৰ-সন্ধান

শৰ-সন্ধান হীৰেন ভট্ৰাচাৰ্য্য|| ১৯৩২- শৰ-সন্ধান স্বাধীনতা আৰু শান্তিৰ নামত উত্সৰ্গিতইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ তেজি ঘোঁৰা| বসন্তৰ বতাহৰ দৰে সেই ঘোঁৰাৰ খুৰাৰ ধুলিয়ে চুমিছিল মোৰ এই তেজাল আকাশ আৰু তাৰ প্ৰান্তৰৰ সেউজিয়া ঘাঁহ| তাৰ পিছত, পাৰ হৈ গ’ল চ’তৰ নিদাঘ-জুই আৰু ব’হাগৰ কতনা ধুমুহা| ….মই কেতিয়াবা এতিয়াও সপোনত সাৰ পাই উঠোঁ Read more…

ৰৌদ্ৰ কামনা

ৰৌদ্ৰ কামনা হীৰেন ভট্ৰাচাৰ্য্য|| ১৯৩২- ৰৌদ্ৰ কামনা উজাগৰ ৰাতি সপোন দেখিছো মই ফুল-আলসুৱা তোমাৰ মুখৰ শইছ-সোণালী হাঁহি| অযুত তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য্য আহিছে নামি|

মোৰ বুকুত কি জ্বলে !

মোৰ বুকুত কি জ্বলে ! – হীৰেন ভট্টাচাৰ্য মোৰ বুকুত কি জ্বলে ! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে ! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰূৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে-বাহিৰে | সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে মোক ছাই কৰি পুৰি Read more…

জেংৰাই – অজিত বৰুৱা

জেংৰাই – অজিত বৰুৱা অজিত বৰুৱা৷ ১৯২৮- জেংৰাই ১৯৬৩ আন্ধাৰ হোৱাৰ অলপ আগেয়ে আমি সোৱণশিৰিত পৰিলো৷ আৰু সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালো৷ আমি অন্ধবিশ্বাসী- কেৱল, আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ্ৰ অন্ধ হ’লহেঁতেন! ৰাতি হ’লত সোৱণশিৰিৰ চৰত আমি নাও চপালো৷ (চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব?) …        …        … ওপৰে তৰা আমাৰ ম’হৰ Read more…